অণুগল্প-আবুৰ-নিতুল নাথ

Rinku Rajowar
0
"উম , ধৰ ধৰ । সেইজনীটো তোৰ পৰা আঁতৰিল । এতিয়া এইখন হাতেই তোৰ সঙ্গী ।" ষ্ট্ৰ'ক হৈ একাঙ্গি হোৱা গিৰিয়েকটোক চোতালৰ দূবৰিত খোজ কঢ়াই থকাৰ পৰাই , সুস্থ অৱস্থাত হোৱা মানুহটোৰ পৰকীয়া প্ৰেমৰ পৰিণতিত তাইৰ পিঠিত দিয়া দাগকেইটা চুই চুই তাই বাটেৰে পাৰ হৈ যোৱা ৰমলা মাহীলৈ চায় । "হওক দে , সেইজনী জীৱনলৈ অহাৰ আগত এইখন হাতেইটো ঘাট-মাউৰা তাইক আৱৰি আছিল ।"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)