২৭ ছেপ্তেম্বৰ- সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) পৰিৱেশ(সংৰক্ষণ) আইন-
উত্তৰ: 1980
২)তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী?
উত্তৰ: তেজস্ক্ৰিয় আৱৰ্জনা।
৩)কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি?
উত্তৰ: কনিমিটাৰ।
৪)তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য?
উত্তৰ: পানী।
৫)তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়?
উত্তৰ: সৌৰশক্তি।
৬) মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি:
উত্তৰ: দশম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)