১৪ ছেপ্তেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
✴️আজিৰ দিনটোৰ বিশেষত্ব ✴️

          আজি হ'ল ১৪ ছেপ্তেবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৫৭ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১০৮ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আঁহক---

♣️আজি ৰাষ্ট্ৰীয় হিন্দী দিৱস।
♣️আজি ৰোমানিয়াৰ অভিযন্তা দিৱস।
♣️আজিৰ দিনটোতেই ১৭৫২ চনত ব্ৰিটিছ সাম্ৰাজ্যই গ্ৰেগৰীয়ান কেলেণ্ডাৰ গ্ৰহণ কৰিছিল।
♣️আজিৰ দিনটোতেই ১৮২৯ চনত অট'মান সাম্ৰাজ্যই ৰাছিয়াৰ স'তে এদ্ৰিয়ানপ'ল চুক্তি সম্পাদন কৰিছিল যাৰ ফলস্বৰূপে ৰুছ-তুৰ্কী যুদ্ধৰ সমাপ্তি ঘটিছিল।
♣️আজিৰ দিনটোতেই ১৯১৭ চনত ৰাছিয়াত আনুষ্ঠানিকভাৱে প্ৰজাতন্ত্ৰৰ স্থাপন হৈছিল।
♣️আজিৰ দিনটোতেই Organization of Petroleum Exporting Countries (OPEC)-ৰ প্ৰতিষ্ঠা হৈছিল।

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)