সাধাৰণ জ্ঞান-কুইজ

©Admin
0
🔶 সুমিত অন্তিলে টকিঅ' পেৰা অলিম্পিক(২০২০)ত জেভেলিন থ্ৰ'ত কি পদক পাইছে?
➖ সোণৰ পদক।
🔶 ভাৰতৰ নৱনিযুক্ত উপ নিৰ্বাচন আয়ুক্ত কোন?
➖ শ্ৰীকান্ত টী।
🔶 "Internet & Mobile Association Of India"ৰ নতুন অধ্যক্ষ কোন?
➖ সঞ্জয় গুপ্তা।
🔶 কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহে যোৱা ৩০ আগষ্টত ক'ত লাডু বিতৰণ যোজনা আৰম্ভ কৰিছে?
➖ গান্ধীনগৰ।
🔶 চাহ বাগিচা ধন পুৰস্কাৰ যোজনা ক'ত আৰম্ভ হৈছে?
➖ অসম।
🔶 ভিক্ষাৰী মুক্ত যোজনা ক'ত আৰম্ভ হৈছে?
➖ ৰাজস্থান।
🔶 "আফ্ৰিকীয় মূলৰ লোকসকলৰ দিৱস" প্ৰথম কেতিয়া উদ্‌যাপন কৰা হৈছে?
➖ ৩১ আগষ্ট, ২০২০।
🔶 বিশ্ব সংস্কৃত দিৱস কেতিয়া?
➖ ২২ আগষ্ট।
🔶 অভিনেত্ৰী তমন্না ভাটিয়া ৰচিত শেহতীয়া কিতাপখন কি?
➖ বেক টু ৰুট্‌চ (Back To Roots)।
🔶 "How the Earth got its beauty" কিতাপখন কোনে লিখিছে?
➖ সুধা মুৰ্তি।

🔷সংগ্ৰাহক কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)