আজিৰ দিনটোৰ বিশেষত্ব-৮ ছেপ্তেম্বৰ

©Admin
0
আজি হ'ল ৮ ছেপ্তেম্বৰ। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৫১ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১১৪ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আঁহক---

♠️আজি আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস।
♠️আজি মেচিডনিয়াৰ স্বাধীনতা দিৱস।
♠️আজি পাকিস্তানৰ বিজয়ী দিৱস।
♠️আজি বিশ্ব ফিজিঅ'থেৰাপী দিৱস।
♠️আজিৰ দিনটোতেই ১৮৩১ চনত ৱাৰশ্ব যুদ্ধৰ সামৰণি ঘটিছিল।
♠️আজিৰ দিনটোতেই ১৯১৬ চনত আগাষ্টা আৰু এডেলিন ভান বুৰেনে ষাঠিদিনীয়া ৫৫০০ মাইলৰ মটৰ চাইকেল যাত্ৰা সমাপন কৰি মহিলাসকলো যে সামৰিক বাৰ্তাবাহক ৰূপে কাম কৰাৰ উপযুক্ত তাকে প্ৰমাণ কৰিছিল।
♠️আজিৰ দিনটোতেই ১৯২৬ চনত জাৰ্মানীয়ে জাতিসংঘত যোগদান কৰিছিল।
♠️আজিৰ দিনটোতেই ১৯৪৬ চনত বুলগেৰিয়াত ৰাজতন্ত্ৰৰ উচ্ছেদ হৈছিল।
♠️আজিৰ দিনটোতেই ১৯৫৪ চনত SEATO (South East Asia Treaty Organisation) স্থাপন হয়।

💠সংগ্ৰাহক , কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)