ইতিহাসৰ পাতত আজিৰ দিনটো

আজি হ'ল ১০ ছেপ্তেবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৫৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১১২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

♣️আজি চীনদেশৰ শিক্ষক দিৱস।
♣️আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস।
♣️আজিৰ দিনটোতেই ভাৰতীয় অভিনেতা অমিতাভ বচ্চনে ২০০১ চনত আলেকজেণ্ড্ৰিয়া চলচ্চিত্ৰ মহোৎসৱত "শতিকাটোৰ অভিনেতা" হিচাপে পুৰস্কৃত হয়।
♣️আজিৰ দিনটোতেই ছুইজাৰলেণ্ডে ৰাষ্ট্ৰসংঘত যোগদান কৰে। 

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send