ইতিহাসৰ পাতত আজিৰ দিনটো

অসমীয়া সাহিত্যৰ চানেকি
0
আজি হ'ল ১০ ছেপ্তেবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৫৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১১২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

♣️আজি চীনদেশৰ শিক্ষক দিৱস।
♣️আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস।
♣️আজিৰ দিনটোতেই ভাৰতীয় অভিনেতা অমিতাভ বচ্চনে ২০০১ চনত আলেকজেণ্ড্ৰিয়া চলচ্চিত্ৰ মহোৎসৱত "শতিকাটোৰ অভিনেতা" হিচাপে পুৰস্কৃত হয়।
♣️আজিৰ দিনটোতেই ছুইজাৰলেণ্ডে ৰাষ্ট্ৰসংঘত যোগদান কৰে। 

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)