ইতিহাসৰ পাতত আজিৰ দিনটো

অসমীয়া সাহিত্যৰ চানেকি
0
🔘আজি অভীৰুচি ক্ৰীড়া দিৱস। 

🔘১৭৮৩ চনৰ চনৰ এই তাৰিখতে পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তিকে “পেৰিছ চুক্তি” নামেৰে জনা যায়।

🔘১৮৬৬ চনৰ এই তাৰিখতে কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হৈছিল।

🔘১৯৩৬ চনৰ এই তাৰিখতে ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হৈছিল।

🔘২০১১ চনৰ এই তাৰিখতে সংযুক্ত মুক্তি বাহিনী, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল।

🔘আজি অৰ্জুণ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)