হুইলচেয়াৰ-সংগীতা ডেকা

Rinku Rajowar
0
কিটিঙকৈ ফোনটোত শব্দ হোৱাত মেঘাই চালে আৰু কাষত বহি থকা ৰিয়াক ক'লে- "ঐ তই ডিজিটেল ভিক্ষাৰী দেখিছ'নে ?" ৰিয়াই ক'লে- "কি ?" "অ' তো চুট টাই মৰা টিপ টপ চহকী ভিক্ষাৰী ! ফেচবুকত আছে । চা চোন এবাৰ । মোক কৈছে যে - "প্লিজ মোৰ ইউ টিউব চেনেলটো  চাবস্ক্ৰাইব কৰি দিবা হা । মই কবিতা, গল্প, চুটি গল্প, অণুগল্প, প্ৰবন্ধ চব লিখোঁ।" তেতিয়া ৰিয়াই ক'লে -

    " কাচৰ টুকুৰাটো জানো হীৰা হ'ব পাৰে !!"  তাৰ পিছত মেঘাই এটি মিচিকীয়া হাঁহি মাৰি মাটিত পৰি যোৱা ৰিয়াৰ কলমটো উঠাই তাইৰ হাতত গুজি দিলে এক ন উদ্যমেৰে ।

 ✍️ সংগীতা ডেকা,ৰঙিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)