অনুভৱ-মৌচম হাজৰিকা

মাটিয়ে জানেনে 
শিল কিমান কঠিন! 

পাহাৰে জানেনে 
সাগৰ কিমান গভীৰ! 

সাগৰে জানেনে 
ঢৌ কিমান সবল! 

মেঘে জানেনে 
বজ্ৰ কিমান দৃঢ় আৰু ৰূঢ়!

প্ৰেমে জানেনে 
বিচ্ছেদ কিমান জটিল! 

জীৱনে জানেনে 
মৃত্যু কিমান বেদনাদায়ক! 

✍মৌচম হাজৰিকা ।

1 Comments

Previous Post Next Post