শিল কিমান কঠিন!
পাহাৰে জানেনে
সাগৰ কিমান গভীৰ!
সাগৰে জানেনে
ঢৌ কিমান সবল!
মেঘে জানেনে
বজ্ৰ কিমান দৃঢ় আৰু ৰূঢ়!
প্ৰেমে জানেনে
বিচ্ছেদ কিমান জটিল!
জীৱনে জানেনে
মৃত্যু কিমান বেদনাদায়ক!
✍মৌচম হাজৰিকা ।
1Comments
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ
Post a Comment
http://bubbatube.barthakur.com/view.php?vid=402
ReplyDelete