২) জীৱনটোত আত্মবিশ্বাস থাকিব লাগে।
৩) জীৱনটোত কেৱল নিজৰ কথাই চিন্তা নকৰিব সমাজৰ কথাও চিন্তা কৰিব ।
৪) জীৱনটো দীঘলীয়া হ'ব নালাগে মহান হ'ব লাগে।
৫) জীৱনত লক্ষ্য থাকিব লাগে।
আমি যিমান বি.আৰ. আম্বেদকাৰৰ ছবি দেখিছো তাত তেখেতে নীলা ৰংঙৰ কোট পিন্ধি আছে। নীলা ৰং তেখেতৰ প্ৰিয় । কাৰণ আকাশৰ ৰং নীলা আৰু আকাশ খন সকলোৰে বাবে সমান হয়। সেইবাবেই নীলা ৰং টো প্ৰিয় আছিল।
সংগ্ৰাহক -সংযুক্তা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ