ডঃ বি আৰ আম্বেদকাৰ ৰ জীৱনৰ পৰা জানিবলগা কথা-সংযুক্তা দত্ত

অসমীয়া সাহিত্যৰ চানেকি
0
১) শিকিবলৈ ইচ্ছা কৰা ।          

২)  জীৱনটোত আত্মবিশ্বাস থাকিব লাগে।                        
৩) জীৱনটোত কেৱল নিজৰ কথাই চিন্তা নকৰিব সমাজৰ কথাও চিন্তা কৰিব ।     
          
৪) জীৱনটো দীঘলীয়া হ'ব নালাগে মহান হ'ব লাগে।       

৫) জীৱনত লক্ষ্য থাকিব লাগে।                                        
         আমি যিমান বি.আৰ. আম্বেদকাৰৰ ছবি দেখিছো তাত তেখেতে নীলা ৰংঙৰ কোট পিন্ধি আছে। নীলা ৰং তেখেতৰ প্ৰিয় । কাৰণ আকাশৰ ৰং নীলা আৰু আকাশ খন সকলোৰে বাবে সমান হয়। সেইবাবেই নীলা ৰং টো প্ৰিয় আছিল।                                             
সংগ্ৰাহক -সংযুক্তা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)