সাধাৰণ জ্ঞান-কুইজ

১.অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈগৰাকী কোন আৰু তেওঁ কিমান চনত অংশগ্ৰহণ কৰিছিল?
উঃ ১৯৪৮চনৰ লণ্ডনত অনুষ্ঠিত অলিম্পিকত ড০ টালিমেৰণ আও।
২.১৯৯২চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল?
উঃ অসমৰ চিৰাজ-উদ্দিন আহমেদ।
৩.ৰঞ্জী ট্টফি ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন?
উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।
৪.ৰঞ্জী‌ ট্টফি ক্ৰিকেট প্ৰতিযোগিতাত ১০০টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন?
উঃ অনুপ ঘটক।
৫.সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়া জন কোন?
উঃ লম্বোদৰ বৰা।

সংগ্ৰাহকঃ লভিতা চহৰীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send