উঃ ১৯৪৮চনৰ লণ্ডনত অনুষ্ঠিত অলিম্পিকত ড০ টালিমেৰণ আও।
২.১৯৯২চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল?
উঃ অসমৰ চিৰাজ-উদ্দিন আহমেদ।
৩.ৰঞ্জী ট্টফি ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন?
উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।
৪.ৰঞ্জী ট্টফি ক্ৰিকেট প্ৰতিযোগিতাত ১০০টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন?
উঃ অনুপ ঘটক।
৫.সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়া জন কোন?
উঃ লম্বোদৰ বৰা।
সংগ্ৰাহকঃ লভিতা চহৰীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ