দৈনিক ৰাশিফল - ৭ ছেপ্তেম্বৰ

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২১ভাদ , মঙ্গলবাৰ,ইং ৭ চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৯/০,সূৰ্য্যাস্ত ঘ:৫/৩৪/২০

ৰাশি :-   সিংহ ৰাশি। ৰা:ঘ:- ১২/২৩/৪১ যোৱাত কন্যা ৰাশি।
তিথি - অমাৱস্যা। প্ৰা:ঘ:- ৬/২৩/৪ লৈ।
নক্ষত্ৰ :- পূৰ্ব্বফাল্গূনী, স: ঘ:- ৬/৩১/১২ লৈ।
শুভ সংখ্যা :- ৩/৯
শুভ ৰং :- ৰঙা/ গোলপীয়া ৰং ।
আদ্যঋতু হলে :- কান্তা  যোগ।
যাত্ৰা :- ঈশান কোন নাই ।প্ৰা:ঘ:- ৬/২৩/৪ যোৱাত পূৱ দিশত নাই।
 যোগিনী :- ঈশান কোন ।প্ৰা:ঘ:- ৬/২৩/৪ যোৱাত পূৱ দিশত।
মৰণত দোষ:- এপদ,স:ঘ:- ৬/৩১/১২  যোৱাত ত্ৰিপদ ।
ভক্ষাভক্ষ্য :-  মাছ মাংস, প্ৰা:ঘ:- ৬/২৩/৪ যোৱাত কোমোৰা  খোৱা নিষেধ ।

YouTube Link :- https://youtu.be/IZUfHZZcV6k

( ওপৰৰ লিংটো ক্লিক কৰিলে আপুনি মানুহৰ শৰীৰত জেঠী পৰিলে আৰু জেঠীয়ে টিক টিকালে কি ফলাফল লাভ হয় সেই বিষয়ে জানিবলৈ পাৰিব।)
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  বন্ধু লাভ হব, যদিও আজি দিনটোত সজাগ নহলে আপুনি আনৰ দ্বাৰা ক্ষতি হব পাৰে লগতে কৰ্মত সজাগ নহলে আনৰ পৰা নিন্দনীয়  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ গৃহ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ মৰম লাভ হব, কৰ্মত আজি আপুনি ধৰ্য্য ধৰাতো ভাল হব, যদিও আজি আপুনি সজাগ নহলে প্ৰাপ্য ধন হানি হোৱাৰ যোগ দেখা য়ায।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, প্ৰেমৰ ক্ষেত্ৰত সফল হব , লগতে আজি আপোনাৰ সুখ   বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ৰাজ সন্মান লাভ হব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ  হব, দ্ৰব্য লাভ হব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে সামান্য ভুল বুজাবুজি হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনৰ আশা পুনৰ হব, সামাজিক সন্মান লাভ হব, যদিও আপুনি সজাগ নহলে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক্ৰীড়াৰ ক্ষেত্ৰত শুভ হব, লগতে সুখ বৃদ্ধি হব, যদিও আজি আপুনি সজাগ  নহলে সামান্য মনৰ আশা ভংগ  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মক্ষেত্ৰত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, কৰ্মত সফল হব যদিও আজি আপুনি সজাগ নহলে সামান্য কৰ্ম পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত শুভ হব, কৰ্মক্ষেত্ৰত উন্নতি হব, যদিও আজি  আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send