অসমীয়া সাধাৰণ জ্ঞান-১৫ ছেপ্তেম্বৰ

Rinku Rajowar
0
১/কামৰূপ ৰাজ্যৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশৰ নাম কি?
উঃ বৰ্মণ বংশ।
২/বৰ্মণ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল?
উঃ পুষ্য বৰ্মণ।
৩/হিউৱেন চাং অসমলৈ কেতিয়া আহিছিল?
উঃ৬২৯ খ্ৰীষ্টাব্দ।
৪/বৰ্মণ বংশৰ অন্তিমজন ৰজা কোন আছিল?
উঃ ভাস্কৰ বৰ্মণ।
৫/বৰ্মণ বংশৰ পাছত কামৰূপত কোন বংশই শাসন কৰে?
উঃ শালস্তম্ভ বংশ।
৬ /শালস্তম্ভ বংশৰ অন্তিমজন ৰজা কোন আছিল?
উঃ ত্যাগ সিংহ।

সংগ্ৰাহকঃ লভিতা চহৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)