উঃ অমিত শ্বাহ।
২.,নাগৰিকত্ব সংশোধনী বিলৰ অন্তৰ্গত কিমান টা দেশৰ সংখ্যালঘু সকলৰ নাগৰিকত্ব প্ৰদান কৰাৰ কথা কোৱা হৈছে?
উঃ ৩টা ।পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশ।
৩.নাগৰিকত্ব সংশোধন বিল কিমান সংখ্যক সংঘ্যালঘু জাতিক নাগৰিকত্ব প্ৰদান কৰিব?
উঃ ৬টা।
৪.নাগৰিকত্ব সংশোধনী বিলৰ অন্তৰ্গত কিমান তাৰিখৰ আগত ভাৰতত অহা লোক সকলক নাগৰিকতা প্ৰদান কৰা হ'ব?
উঃ ৩১ ডিচেম্বৰ ২০১৪চন।
৫.নাগৰিকত্ব সংশোধনী বিল ২০১৯ লোকসভাত পাচ হোৱা কিমান তম সংশোধনী বিল?
উঃ ১২৬তম।
৬.নাগৰিকত্ব সংশোধনী আইন কিমানবাৰ সংশোধন হৈছে?
উঃ ৬বাৰ।
৭.নাগৰিকত্ব সংশোধনী বিল পোন প্ৰথমে কেতিয়া অনা হৈছিল?
উঃ ১৯৫০চনত।
সংগ্ৰাহকঃ লভিতা চহৰীয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ