আজিৰ দিনটোৰ বিশেষত্ব -০৫ ছেপ্টেম্বৰ

পংখী মৰাণ
0
১.১৯৫৭ চনৰ এই তাৰিখতে সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।
২.১৬১২ চনৰ এই তাৰিখতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাৰিখন নৌ-বাহিনী গঠন কৰা হৈছিল।
৩.২০০০ চনৰ এই তাৰিখতে বিশিষ্ট পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ 
৪.১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
৫.আজি ভাৰতৰ শিক্ষক দিৱস।

৬.১৮৮৮ চনৰ এই তাৰিখতে ভাৰতৰ ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। শিক্ষকসকলৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু মৰম কৰিছিল ৰাধাকৃষ্ণণে। সেইবাবে তেওঁৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৯৬২ চনৰ আজিৰ দিনটোৰপৰাই তেখেতৰ জন্মদিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)