১৩ ছেপ্তেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
🌼আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।
🌼আজি আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস।
🌼১৯৯৫: অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ সাহিত্যিক মহেশ্বৰ নেওগৰ মত্যু হয় আজিৰ দিনটোতে ।
🌼১৯৯৬: লোকসভাত লোকপাল বিধেয়ক গৃহীত হয় আজিৰ দিনটোতে।
🌼১৯০৪: ‘শ্বিলং সমবায় সমিতি’ অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হয় আজিৰ দিনটোতে।
🌼১৯১৬: এনী বেছাণ্টৰ ভাৰতৰ হোমৰুল লীগ প্ৰতিষ্ঠিত হয় আজিৰ দিনটোতে।
🌼১৯৪৮: ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰে আজিৰ দিনটোতে।
🌼১৯৭১: চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় আজিৰ দিনটোতে ।
🌼১৮৯৮: অক্সিজেনৰ আৱিষ্কাৰক যোছেফ প্ৰিষ্টলিৰ জন্ম হৈছিল আজিৰ দিনটোতে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)