শেষ-প্ৰণৱ চক্ৰৱৰ্তী

এনেদৰেই কেতিয়াবা
হেৰাই থাকিম
তোমাৰ নীলা চকুৰ মায়াত,
মোক বিচাৰি গৈ
তুমি বুটলি আনিবা
এমুঠি উত্তাপ শেষ নোহোৱা ছাঁই ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send