আৱেগ-সুশীলা ৰাজবংশী

©Admin
1
ৰঞ্জনে কামৰ পৰা আহি চাইকেলখন লৈ বজাৰলৈ বুলি ওলাই গ'ল। বৰুৱানীয়ে বজাৰৰ পৰা বস্তুকেইপদ আনিব দিবৰ কাৰণে মানুহ বিচাৰি আছিল।চুবুৰীয়া ৰঞ্জনক লগ পাই ভালেই পালে।

     তেওঁ বজাৰ কৰি আনি বেগটো বৰুৱানীৰ হাতত দিলে।বেগটো মেলি চাই বৰুৱানীৰ আৱেগত চকুলোঁ বৈ আহিল। বৰুৱানীয়ে আনিব দিয়া বস্তু কেইপদৰ ওপৰঞ্চি বেগটোত কণী আৰু বিলাহী আছিল।ৰঞ্জনে স্মিত হাঁহি তেওঁৰ আৱেগক সন্মান জনাই গুচি গ'ল।
       
✍️সুশীলা ৰাজবংশী
     ডিব্ৰুগড়

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment