আজি হ'ল ২২ ছেপ্তেম্বৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৬৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১০০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
♣️আজি আমেৰিকাৰ মহিলা ব্যৱসায়ী দিৱস।
♣️আজি বুলগেৰিয়াৰ স্বাধীনতা দিৱস।
♠️আজি বিশ্ব গড় দিৱস।
♠️আজিৰ দিনটোতেই ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সমাপ্তি ঘটিছিল।
💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা
অসমীয়া সাহিত্যৰ চানেকি বহুত ভাল লাগে আমি ইয়াৰ পৰা বহুত নজনা শিক্ষা পাওঁ , আমি ইয়াত সেইবোৰ শিক্ষা লাভ কৰোঁ যিবোৰ কিতাবত পোৱা নাই, বহুত অভিনন্দন এই গোটৰ সমূহ কৰ্তৃপক্ষলৈ,,,🙏🙏
ReplyDelete