২২ ছেপ্তেম্বৰ-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
1
 আজি হ'ল ২২ ছেপ্তেম্বৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৬৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১০০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

♣️আজি আমেৰিকাৰ মহিলা ব্যৱসায়ী দিৱস।
♣️আজি বুলগেৰিয়াৰ স্বাধীনতা দিৱস।
♠️আজি বিশ্ব গড় দিৱস।
♠️আজিৰ দিনটোতেই ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সমাপ্তি ঘটিছিল।

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অসমীয়া সাহিত্যৰ চানেকি বহুত ভাল লাগে আমি ইয়াৰ পৰা বহুত নজনা শিক্ষা পাওঁ , আমি ইয়াত সেইবোৰ শিক্ষা লাভ কৰোঁ যিবোৰ কিতাবত পোৱা নাই, বহুত অভিনন্দন এই গোটৰ সমূহ কৰ্তৃপক্ষলৈ,,,🙏🙏

    ReplyDelete
Post a Comment