সাধাৰণ জ্ঞান-১২ ছেপ্টেম্বৰ

পংখী মৰাণ
0
১.উত্তৰাখণ্ডৰ নতুন ৰাজ্যপাল কোন?
উ:গুৰমীত সিং
২.ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উ:জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান (উত্তৰাখণ্ড)।
৩.ভাৰতৰ আটাইতকৈ উচ্চ নদীবান্ধ কি?
উ:টিহৰী নদীবান্ধ (উত্তৰাখণ্ড)।
৪. G-20 শীৰ্ষ সন্মিলন-২০২৩ কোনে অনুষ্ঠিত কৰিব?
উ:ভাৰত ।
৫.বিশ্বৰ আটাইতকৈ বেছি কাৰ্বন শোষণকাৰী প্লাট কোনে নিৰ্মাণ কৰিছে?
উ:আইচলেণ্ড।
৬. বিশ্বৰ প্ৰথম খৰিৰে নিৰ্মিত উপগ্ৰহ ৱিচা উডছেট কোনে মুকলি কৰিছে?
উ:নিউজিলেণ্ড।
৭. NIRF ইণ্ডিয়া ৰেংকিং ২০২১-ত কোনখন প্ৰতিষ্ঠানে শীৰ্ষ স্থান দখল কৰিছে?
 উ:IIT-মাদ্ৰাজ।
৮. শিক্ষাবৰ্ষ ২০২১-ৰ উদ্বোধনৰ সময়ত নৰেন্দ্ৰ মোডীয়ে কি পৰ্টেল মুকলি কৰিছে?
উ:বিদ্যাঞ্জলী পৰ্টেল।
৯."মৎস্য সেতু" ম'বাইল এপ কোনে মুকলি কৰিছে?
উ:গিৰিৰাজ সিং।
১০.তামিলনাডুৰ নতুন ৰাজ্যপাল কোন?
উ:আৰ. এন. ৰবি।
১১"বিজনেছ ব্লাষ্টাৰছ ক্ৰমণিকা" ক'ত মুকলি কৰা হৈছে?
উ:দিল্লী।
১২.অষ্ট্ৰেলিয়াৰ ছুপ্ৰিম কোৰ্টৰ প্ৰথমজন ভাৰতীয় বিচাৰক কোন?
উ:হেমন্ত ধনজী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)