☘️১৯৩৯ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
☘️১৯৪৮ চনৰ আজিৰ দিনটোতে জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল।
☘️১৯৫২ চনৰ আজিৰ দিনটোতে কানাডাৰ প্ৰথম টেলিভিছন (ইংৰাজী: CBFT-TV) মণ্ট্ৰিয়েলত মুকলি কৰা হয়।
☘️১৯৬৮ চনৰ আজিৰ দিনটোতে ছুইজাৰলেণ্ড স্বাধীন হয়।
☘️১৯৯১ চনৰ আজিৰ দিনটোতে চোভিয়েট ইউনিয়ন(ইংৰাজী: Soviet Union)-এ বাল্টিক ৰাজ্য(ইংৰাজী: Baltic states) : এষ্ট'নিয়া(ইংৰাজী: Estonia), লাটভিয়া(ইংৰাজী: Latvia) আৰু লিথুৱানিয়াৰ(ইংৰাজী: Lithuania) স্বাধীনতা স্বীকাৰ কৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ