দৈনিক ৰাশি ফল-১আহিন , শনিবাৰ,ইং ১৮চেপ্তেম্বৰ, ২০২১

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১আহিন , শনিবাৰ,ইং ১৮চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১৩/২৩,সূৰ্য্যাস্ত ঘ:৫/২২/৩২

 *ৰাশি:-*  মকৰ ৰাশি।ঘ:-৪/২৪/৪৭ যোৱাত কুম্ভ ৰাশি।
 *তিথি :-* শুক্লা দ্বাদশী।ঘ:- ৬/৫১/৫ লৈ।
 *নক্ষত্ৰ :-*  ধনিষ্ঠা।শে:ৰা:ঘ:- ৪/১০/২৪ লৈ।
 *শুভ সংখ্যা:-* ৪/৬
 *শুভ ৰং :-* বগা / চিত্ৰবিচিত্ৰ ৰং ।
 *আদ্যঋতু হলে :-* সূভগা  যোগ।
 *যাত্ৰা:-* নৈঋত কোনত নাই ।প্ৰা:ঘ:- ৬/৫১/৫ যোৱাত দক্ষিণ দিশত নাই।
 *যোগিনী :-* নৈঋত কোনত ।প্ৰা:ঘ:- ৬/৫১/৫ যোৱাত দক্ষিণ দিশত ।
 *মৰণত দোষ:-* দ্বিপদ।প্ৰা:ঘ;- ৫/৫১/৫  এপদ।
 *ভক্ষাভক্ষ্য:-* পূৰৈ শাক খোৱা নিষেধ,ঘ:- ৬ /৫১/৫ যোৱাত বেঙেনা খোৱা নিষেধ ।
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  মনত নতুন আশাৰ সঞ্চাৰ হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে মনত আপোনাৰ চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত আৰু মনত সামান্য কষ্ট পাৱ পাৰে লগতে আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সজাগ নহলে ভুল বুজাবুজি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনোমালিন্য হব পাৰে লগতে সন্তানৰ পৰা কষ্ট পোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, মনত শান্তি বাঢ়িব, লগতে ঘৰুৱা দিশত উন্নতি  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত  বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি ঘৰুৱা কামত সজাগ নহলে সামান্য মনোমালিন্যৰ সন্মুখীন হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, লগতে আজি আপোনাৰ  মনত সাহস আৰু খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব যদিও আজি আপুনি সজাগ নহলে বুন্ধি নাশ হব পাৰে, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহলে আনৰ নিন্দ নিয় হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত মনত ভয় ভাৱ বাঢ়িব পাৰে, সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত যোগাযোগ হব, ৰোগাৰোগ্য হব, যদিও আজি আপুনি চোৰ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত উন্নতি হব, যদিও আজি আপোনাৰ কৰ্মৰ প্ৰতি সামান্য অৱহেলা হব পাৰে, লগতে সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)