সাধাৰণ জ্ঞান

অসমীয়া সাহিত্যৰ চানেকি
0
🔰আফগানিস্তানৰ নতুন প্ৰধানমন্ত্ৰী কোন?
➖মহম্মদ হাছান আখুদ।
🔰আফগানিস্তানৰ নতুন নাম কি?
➖Islamic Emirate of Afganistan
🔰ডোৰাণ্ড ৰেখা কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা?
➖আফগানিস্তান আৰু পাকিস্তান।
🔰দুবছৰতকৈ অধিক বয়সৰ শিশুৰ টীকাকৰণ কৰোৱা বিশ্বৰ প্ৰথমখন দেশ কোনখন?
➖কিউবা।
🔰কিউবাৰ দীৰ্ঘতম নদী কি?
➖কিউবা নদী। 

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)