দেশৰ গৌৰৱ-সুশীলা ৰাজবংশী

আহিল প্ৰত্যাহ্বান
বাঢ়িলে প্ৰলয়
দশোদিশ অন্ধকাৰছন্ন
ভৰিৰ তলত পকা আঙঠা
মূৰৰ ওপৰত আগ্নেয়গিৰি লাভা
গ'ল আগুৱাই গ'ল আগুৱাই
হয় মৰিম নহয় তৰিম
দেশ ৰক্ষাৰ পণ
তেজেৰে ৰাঙলী হ'ল
বিছ জন শ্বহীদ গলৱান ঘাটিত
দেশৰ গৌৰৱ অক্ষুণ্ণ ৰাখি।

✍সুশীলা ৰাজবংশী,
      এথেলুড  বাগিচা 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send