দেশৰ গৌৰৱ-সুশীলা ৰাজবংশী

©Admin
0
আহিল প্ৰত্যাহ্বান
বাঢ়িলে প্ৰলয়
দশোদিশ অন্ধকাৰছন্ন
ভৰিৰ তলত পকা আঙঠা
মূৰৰ ওপৰত আগ্নেয়গিৰি লাভা
গ'ল আগুৱাই গ'ল আগুৱাই
হয় মৰিম নহয় তৰিম
দেশ ৰক্ষাৰ পণ
তেজেৰে ৰাঙলী হ'ল
বিছ জন শ্বহীদ গলৱান ঘাটিত
দেশৰ গৌৰৱ অক্ষুণ্ণ ৰাখি।

✍সুশীলা ৰাজবংশী,
      এথেলুড  বাগিচা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)