৪ ছেপ্তেম্বৰ আজিৰ দিনটোৰ বিশেষত্ব

   আজি হ'ল ৪ ছেপ্তেম্বৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৪৭ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১১৮ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আঁহক---

✳️আজি আৰ্জেণ্টিনাৰ প্ৰৱাসী দিৱস।
✳️আজি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবাদপত্ৰ বাহক দিৱস।
✳️আজিৰ দিনটোতেই ১৯৭২ চনত মাৰ্ক স্পিটজে মিউনিখ অলিম্পিকত সাতটা পদক জয় কৰি আভিলেখ গঢ়িছিল।
✳️আজিৰ দিনটোতেই ১৯৭৭ চনত ছান ফ্ৰান্সিছকোত সোণালী ড্ৰেগন হত্যাযজ্ঞ সংঘটিত হৈছিল।
✳️আজিৰ দিনটোতেই ১৯৯৫ চনত ৰাম জেঠমালানিয়ে "ভাৰতীয় লোক পঞ্চায়ত" নামে নতুন ৰাজনৈতিক দল গঠন কৰে।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send