আকাশত নিস্তেজ মুক্ত বিহংগ সুৰীয়া মাত।
চাৰিও পিনে দেহ শীতল কৰা পৱন।
শ্যামলিমা হৈ ৰৈ আছে শাৰী শাৰী গছ।
কি যে এই প্ৰকৃতিৰ অপৰূপ সুধা।।
মাথোঁ নিথৰ হৈ চাই ৰৌ মই।
মগ্ন হও বোৱটি নৈৰ সুৰ শুনি।।
কি যে এই বিশাল পৃথিৱী।
যাৰ সৌন্দয্যতাৰ নাই কোনো আদি।।
-দিলীপ বৰুৱা
ডিব্ৰুগড়