১৪ ছেপ্তেম্বৰ- সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔰 গুজৰাটৰ নতুন  মুখ্যমন্ত্ৰী কোন?
➖ভূপেন্দ্ৰ পেটেল।
🔰 ভাৰতৰ প্ৰথম লাক্সাৰী বাছ নাওঁ সেৱা  ক'ত আৰম্ভ হৈছে?
➖শ্ৰীনগৰ(জম্মু-কাশ্মীৰ)
🔰 অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্য সচিব কোন?
➖সমীৰ শৰ্মা।
🔰 UNWTO ( United Nation's World Tourism Organisation)-য়ে ভাৰতৰ কোন তিনিখন গাঁৱক "সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাওঁ" ৰূপে পুৰষ্কৃত কৰিছে?
➖কোংথোংগ (মেঘালয়) লাধপুৰ খাস (মধ্যপ্ৰদেশ) আৰু পোচমপল্লী (তেলেংগানা)।
🔰 নুৱাখাই কৃষিভিত্তিক উৎসৱ কোন ৰাজ্যত পতা হয়?
➖উৰিষ্যা।
🔰 তামিলনাডু চৰকাৰে লেখক সুব্ৰমণিয়াম ভাৰতীৰ মৃত্যুতিথি ১১ ছেপ্তেম্বৰ তাৰিখটোক কি দিৱস ৰূপে উদযাপন কৰিবলৈ লৈছে?
➖মহাকবি দিৱস।
🔰 মছলা আয়োগৰ নতুন অধ্যক্ষ কোন?
➖এ. জি. থকমপ্পান।
🔰 ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ কোন?
➖ৰেখা শৰ্মা।
🔰 ডিজিটেল জনসংখ্যা ঘড়ীৰ উদ্ভাৱক কোন?
➖ভাৰতী প্ৰবীণ পৱাৰ।
🔰 "পিৰানেছী" শীৰ্ষক উপন্যাসৰ বাবে "Women's ➖Prize for Fiction" বটাঁ কোনে পাইছে?
সুসানা ক্লাৰ্ক। 

💠 সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)