- ১৮৩০ - আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা।
- ১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংকৰ ব্যৱহাৰ।
- ১৯৫৩ - এছ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অষ্টম সভাপতি আৰু প্ৰথম মহিলা সভাপতি হয়।
- ১৯৫৯ - ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ।
- ১৯৮৯ - ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০ লাখ কিঃমিঃ দূৰত অৱস্থান।
- ২০০১ - আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন, তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা।
- ২০০৮ - ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট ফেকিং নিউজ আৰম্ভ।
১৫ ছেপ্তেম্বৰ- আজিৰ দিনটোৰ বিশেষত্ব
September 15, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ