আজিৰ দিনটোৰ বিশেষত্ব-২ ছেপ্তেম্বৰ

©Admin
0
আজি হ'ল ২ ছেপ্তেবৰ। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৪৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১২০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আঁহক--- 

🔰আজি তিব্বতৰ স্বাধীনতা দিৱস।
🔰আজি ভিয়েটনামৰ স্বাধীনতা দিৱস।
🔰আজিৰ দিনটোতেই ১১৯২ চনত ইংলেণ্ডৰ প্ৰথম ৰিচাৰ্ড আৰু ছালাদিনৰ মাজত জাফা চুক্তি স্বাক্ষৰিত হয় যিয়ে তৃতীয় ধৰ্মযুদ্ধৰ অৱসান ঘটায়।
🔰আজিৰ দিনটোতেই ১৯৪৬ চনত ভাৰতৰ অস্থায়ী চৰকাৰ গঠিত হয় আৰু জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰীৰ ক্ষমতা লাভ কৰে।
🔰আজিৰ দিনটোতেই ১৯৫৮ চনত ভাৰতত ৰাষ্ট্ৰীয় সামৰিক শিক্ষা আইন প্ৰণয়ন হৈছিল।
🔰আজিৰ দিনটোতেই ১৯৭০ চনত কন্যাকুমাৰীত ৰাষ্ট্ৰপতি ভি.ভি. গিৰিয়ে বিবেকানন্দ শৈল স্মাৰক উদ্বোধন কৰিছিল।

🔷সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)