Homeকবিতা অপেক্ষাৰত মই-ভাস্কৰজ্যোতি কুটুম September 22, 2021 0 অপেক্ষাৰত তোমাৰআগমনৰ খবৰ পায়,উদয় গিৰিৰ পৰা অস্ত গিৰিলৈবাৰে বাৰে চাই আছোঁআলিটোৰ কেঁকুৰীটোলৈ।কান্ধত মোনাটি লৈ......আহিবা চাগে তুমি শৰতৰ খবৰ লৈপ্ৰেমৰ গীত গায়..... আনন্দত আত্মহাৰা হ'ম,বিলীন হৈ যাম কঁহুৱাৰ ফুলত।✍️ ভাস্কৰজ্যোতি কুটুম মাজুলী Tags: কবিতা ভাস্কৰজ্যোতি কুটুম