অপেক্ষাৰত মই-ভাস্কৰজ্যোতি কুটুম

অপেক্ষাৰত তোমাৰ
আগমনৰ খবৰ পায়,
উদয় গিৰিৰ পৰা অস্ত গিৰিলৈ
বাৰে বাৰে চাই আছোঁ
আলিটোৰ কেঁকুৰীটোলৈ।

কান্ধত মোনাটি লৈ......
আহিবা চাগে তুমি শৰতৰ খবৰ লৈ
প্ৰেমৰ গীত গায়..... 
আনন্দত আত্মহাৰা হ'ম,
বিলীন হৈ যাম কঁহুৱাৰ ফুলত।

✍️ ভাস্কৰজ্যোতি কুটুম
             মাজুলী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send