উত্তৰ-থানেশ্বৰ ৰাজ্যৰ উত্থান খ্ৰীষ্টীয় 'সপ্তম শতিকাত' হৈছিল ।
খ)পূষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক ৰজা জনৰ নাম কি?
উত্তৰ-পূষ্যভূতিবংশৰপ্ৰতিষ্ঠাপক ৰজা জনৰ নামআছিল-'প্ৰভাকৰবদ্ধন'।
গ)হৰ্ষবৰ্ধনে কি উপাধি লৈছিল?
উত্তৰ-হৰ্ষবৰ্ধনে 'শিলাদিত্য' উপাধি গ্ৰহণ কৰিছিল ।
ঘ)বাণভট্টই ৰচনা কৰা হৰ্ষবৰ্ধনৰ জীৱনীখনৰ নাম কি?
উত্তৰ-বাণভট্টই ৰচনা কৰা হৰ্ষবৰ্ধনৰ জীৱনীখনৰ নাম হ'ল -'হৰ্ষচৰিত' ।
ঙ)হংসবেশ কোন আছিল?
উত্তৰ-হংসবেশ আছিল এজন 'কটকী'।
চ)হৰ্ষবদ্ধনক কোনে নৰ্মাদা নদীৰ পাৰৰ যুদ্ধত পৰাস্ত কৰিছিল?
উত্তৰ- হৰ্ষবদ্ধনক চালুক্য বংশৰ ৰজা দ্বিতীয় পুলকেশীয়ে নৰ্মাদা নদীৰ পাৰৰ যুদ্ধত পৰাস্ত কৰিছিল ।
ছ)ভুক্তিৰ শাসকজনক কি বোলা হৈছিল?
উত্তৰ- ভুক্তিৰ শাসকজনক 'বিশয়পতি' বা 'আয়ুক্ত' বুলি কোৱা হৈছিল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ