- ১৮২৬ চনৰ এই দিনটোতে জাৰ্মান গণিতজ্ঞ বাৰ্নহাৰ্ড ৰিমানৰ জন্ম হৈছিল।
- ১৯৫০ চনৰ এই দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম হৈছিল।
- ১৯৫১ চনৰ এই দিনটোত অসমৰ কণ্ঠশিল্পী চাৰু গোহাঁইৰ জন্ম হৈছিল।
- ১৯৮৬ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ জন্ম হৈছিল।
- ২০১৮ চনত এই দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা আন্না ৰাজম মলহোত্ৰা মৃত্যু হয় (জন্ম: ১৯২৭)।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব