- ১৮২৬ চনৰ এই দিনটোতে জাৰ্মান গণিতজ্ঞ বাৰ্নহাৰ্ড ৰিমানৰ জন্ম হৈছিল।
- ১৯৫০ চনৰ এই দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম হৈছিল।
- ১৯৫১ চনৰ এই দিনটোত অসমৰ কণ্ঠশিল্পী চাৰু গোহাঁইৰ জন্ম হৈছিল।
- ১৯৮৬ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ জন্ম হৈছিল।
- ২০১৮ চনত এই দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা আন্না ৰাজম মলহোত্ৰা মৃত্যু হয় (জন্ম: ১৯২৭)।
১৭ ছেপ্তেম্বৰ- আজিৰ দিনটোৰ বিশেষত্ব
September 17, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ