দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞      
 ১১ কাতি,শুক্ৰবাৰ, ইং ২৯ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩৩/৩১,সূৰ্য্যাস্ত 
ঘ:৪/৪১/১৭

 *ৰাশি:-*  কৰ্কট ৰাশি।
 *তিথি :-*  কৃষ্ণা অষ্টমী। ঘ:- ৯/৭/৩৬ লৈ।
 *নক্ষত্ৰ :-* পুষ্যা ।ঘ:- ৮/১/২৬
 *শুভ সংখ্যা:-* ৯/১
 *শুভ ৰং :-* চিত্ৰ বিচিত্ৰ / বগা ৰং ।
 *আদ্যঋতু হলে :-* কান্তা যোগ।
 *মৰণত দোষ:-* নাই
 *যাত্ৰা:-* ঈশান কোনত নাই।ঘ:- ৯/৭/৩৬ যোৱাত পূৱ দিশত নাই।
 *যোগিনী :-* ঈশান কোনত ।ঘ:- ৯/৭/৩৬ যোৱাত পূৱ দিশত।
*ভক্ষাভক্ষ্য:-* নাৰিকল মাছ মাংস খোৱা নিষেধ।ঘ:- ৯/৭/৩৬ যোৱাত লাও খোৱা নিষেধ।

 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, লগতে আলহীৰ আগমন   হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, যদিও সজাগ নহলে আপোনাৰ আজি কৰ্মত জতিলতা আহিব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, ভ্ৰমণত শুভ হব, লগতে আপোনাৰ আজি মনত আনন্দ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, লগতে মনত শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য মানসিক অৱসাদ ভাৱ বৃদ্ধি  হোৱাটো যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব,লগতে আজি আপোনাৰ ধন সস্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বন্ধু লাভ হব,লগতে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব যদিও সজাগ নহলে আপোনাৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে সামান্য আত্মগ্লানিৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বস্ত্ৰ লাভ হব পাৰে, যদিও সজাগ নহলে আজি আপোনাৰ ঘৰত সামান্য ঘৰুৱা কাম বোৰত খেলিমেলি হব পাৰে লগতে মনতো সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত  সম্পদ বৃদ্ধি হব,লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ হানি হব পাৰে লগতে সজাগ নহলে আজি আপুনি কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত শুভ সংবাদ লাভ হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য বন্ধুৰ লগতে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, যদিও সজাগ নহলে  আজি আপোনাৰ কৰ্ম ক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)