১৩ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  • ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম হয়।
  • ১৯১১ চনৰ আজিৰ দিনটোতে ভগ্নী নিবেদিতাৰ মৃত্যু হয়।
  • ১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা কিশোৰ কুমাৰৰ মৃত্যু হয়।
  • ২০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানত এসপ্তাহ আমেৰিকান আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয়, বহু লোক আক্ৰান্ত হয়।
  • ১৯৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
  • ১৯৯৯ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
  • ১৯৯৯ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty (CTBT)ৰ বিৰোধিতা কৰিছিল।
  • ১৯৪৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক নুচৰত ফটেহ আলী খানৰ জন্ম হৈছিল।
  • ১৮৯৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্তেইন চি.কে. নাইডুৰ জন্ম হৈছিল।
  • ১৯৪৩ চনৰ আজিৰ দিনটোতে ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)