আউল লগা গল্পৰ 'পাৰফেক্ট' চৰিত্ৰ বুলি পৰিচিত।
শুকান মৰুভূমিৰ বালিচৰত এটুপি পানী হৈ বৈ অহাৰ আশা।
গভীৰ ৰাতিৰ উজ্বল তৰা হোৱাৰ হেঁপাহে, মজুৰি কৰাই নিজক নিজৰ বাবে।
বুকুত বহু স্বপ্ন লৈ আত্মজাহ দিয়ে বাহ্যিক বিলাসিতাই।
জীৱন প্ৰেমৰ গতিবিধিত নানান ৰূঢ় বাস্তৱ, পলকতে হেৰাই যায় সপোনৰ আগত।
চিৰসেউজ হোৱাৰ তাগিদাত অলেখ অভিপ্ৰায় প্ৰত্যেক দিনাই।
স্বাভিমান,হেজাৰ দৈত্যৰুপী মানৱৰ আগত নিজক সপি নিদিয়াৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ