প্ৰেমৰ উন্মাদনা - ছাইফুদ্দিন আহমেদ

Rinku Rajowar
1
শৰৎৰ পুৱা নিয়ৰ
গচকি 
এদিন যাম 
তোমাৰ হৃদয়ৰ 
চৌহদত 
শেৱালি বুটলি ৷

নিলীম আকাশৰ 
নিৰ্মল জুৰিটিৰ 
পাৰে পাৰে 
কহুঁৱাই 
হালে-জালে,
তাৰে নান্দনিক 
লয়লাসে 
সৰগৰ 
স্নিগ্ধ সুৱাস 
মোৰ হৃদয়ত খচিত 
কৰিলে আৰু 
তোমাৰ প্ৰেমৰ উন্মাদনাই 
মোক মাতাল কৰিলে ৷

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment