২১ অক্টোবৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

©Admin
0
আজি ২১ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৯৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৭১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি ইংলেণ্ডৰ আপেল দিৱস।
🧭আজিৰ দিনটোতেই ১৫১২ চনত মাৰ্টিন লুথাৰে ৱিটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে নিযুক্তি লাভ কৰে।
🧭আজিৰ দিনটোতেই ১৯৪০ চনত আৰ্নেষ্ট হেমিংৱেৰ "For Whom the Bell Tolls" উপন্যাসৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল।

✳️সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)