৩ কাতি , বৃহস্পতিবাৰ,ইং ২১ অক্টোবৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/২৮/৩৩,সূৰ্য্যাস্ত
ঘ:৪/৪৭/২৮
*ৰাশি:-* মেষ ৰাশি।
*তিথি :-* কৃষ্ণা প্ৰতিপদ। ৰা:ঘ:- ৮/৪৭/৪৭লৈ।
*নক্ষত্ৰ :-* অশ্চিনী। ঘ:- ৪/৬/৫০ লৈ।
*শুভ সংখ্যা:-* ৩,৯
*শুভ ৰং :-* ৰঙা,হালধীয়া ৰং ।
*আদ্যঋতু হলে :-* দু:শীলা যোগ।
*মৰণত দোষ:-* নাই। ৰা:ঘ:- ৮/৪৭/৪৭ যোৱত এপদ।
*যাত্ৰা:-* পূৱ দিশত নাই।ৰা:ঘ:- ৮/৪৭/৪৭ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী :-* পূৱ দিশত ।ৰা:ঘ:- ৮/৪৭/৪৭ যোৱাত উত্তৰ দিশত ।
*ভক্ষাভক্ষ্য:-* কোমোৰা খোৱা নিষেধ।ৰা:ঘ:- ৮/৪৭/৪৭ যোৱাত তিতা খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব। লগতে কৰ্মপৰিবৰ্ত হব পাৰে যদিও আজি আপুনি যান বাহনৰ পৰা সাৱধান হোৱাটো ভাল হব।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব।কৰ্মক্ষেত্ৰ বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় মনোভাৱ বাঢ়িব, বন্ধু লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ ভাৱ বাঢ়িব, মনটো সামান্য চঞ্চল বা অস্থিৰ হব পাৰে যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ নতুনত্ব আহিব পাৰে যদিও আজি আপুনি সজাগ নহলে প্ৰেম আৰু কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য মানসিক উদ্বেগ ভাল বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সন্তানৰ সুখ বাঢ়িব।আৰ্থিক দিশত শুভ হব যদিও আজি আপুনি বিবাদৰ পৰা আতৰি থকাতোৱেই ভাল হব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমতণ সফল হব।প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য বিদ্ৰোহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- কামাখ্যা গেট ( নাৰ্চাৰী)গুৱাহাটী
Ph no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ