২০ আহিন , বৃহস্পতিবাৰ,ইং ৭ অক্টোবৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/২১/৫৬,সূৰ্য্যাস্ত
ঘ:৫/২/১০
*ৰাশি:-* কন্যা ৰাশি।ঘ:- ১২/৩০/২৬ যোৱাত তুলা ৰাশি।
*তিথি :-* শুক্লা প্ৰতিপদ।ঘ:- ৩/১৭/১ লৈ।
*নক্ষত্ৰ :-* চিত্ৰা। ৰা:ঘ:- ১২/১৬/৪৫লৈ।
*শুভ সংখ্যা:-* ৪/৩
*শুভ ৰং :-* হালধীয়া/ কমলা ৰং ।
*আদ্যঋতু হলে :-* বেশ্যা যোগ।
*মৰণত দোষ:-* নাই। ঘ:- ৩/১৭/১ যোৱত এপদ।
*যাত্ৰা:-* পূৱ দিশত নাই ।ঘ:- ৩/১৭/১ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী :-* পূৱ দিশত ।ঘ:- ৩/১৭/১ যোৱাত উত্তৰ দিশত।
*ভক্ষাভক্ষ্য:-* কোমোৰা খোৱা নিষেধ ।ঘ: - ৩/১৭/১ যোৱাত তিতা খোৱা নিষেধ ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, যদিও আজি আপুনি কৰ্মত ধৰ্য্য ধৰিব, লগতে আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হব।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ উৎসাহ বাঢ়িব ,বিবাদ নিস্পতি হব যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সকলো দিশতে সজাগ হোৱাটো ভাল হব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ বুদ্ধি বাঢ়িব, কৰ্মক্ষেত্ৰ সফল হব, লগতে মনৰ উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, জ্ঞান লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য বেয়া চিন্তা আহিব পাৰে।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ ভাৱ বাঢ়িব, আত্মীয়ৰ সুখ বাঢ়িব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জ্ঞান বুদ্ধি বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনৰ সামান্য পৰিৱৰ্তন আহিব পাৰে, লগতে সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নতি হব, সমস্যাৰ সমাধান হব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব পাৰে, বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনটো সামান্য উ শৃঙ্খল হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ আনক সহায় সহযোগিতাৰ কৰাৰ মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সুযোগ লাভ হব যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে লগতে খেতিয়ক সকলে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সুখ বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চঞ্চলতা ভাৱ বাঢ়িব পাৰে ।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, কৰ্মত শুভ হব, লগতে আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
Tags:
ৰাশিফল