দংশন- কুঁহিস্মিতা বৰা



"এইবাৰ আৰু এধাপ ওপৰলৈ বুজিছ'।"
"মানে প্ৰমোচন?"
"হয় অ' বন্ধু। প্ৰথম তোকেই খবৰ দিছো।" 

আৱেগেৰে সি মোক অকোঁৱালি ল'লে । মগজুত কীট এটাই কামুৰি উঠিছিল। তাক উমান পাবলৈ নিদিলোঁ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send