দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১৪ কাতি, সোমবাৰ, ইং ১ নৱেম্বৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩৫/২১,সূৰ্য্যাস্ত 
ঘ:৪/৩৯/১৯

 *ৰাশি:-*  সিংহ ৰাশি।ঘ:- ৩/৫৫/১৯ যোৱাত কন্যা ৰাশি 
 *তিথি :-*  কৃষ্ণা একাদশী। ঘ:- ৯/১৫/২৩ লৈ।
 *নক্ষত্ৰ :-* পূৰ্ব্বফাল্গুনী ।ঘ:- ৯/৫৯/৫১ লৈ।
 *শুভ সংখ্যা:-* ৮/২
 *শুভ ৰং :-* বগা/ গোলপীয়া ৰং ।
 *আদ্যঋতু হলে :-* কান্তা যোগ।
 *মৰণত দোষ:-* নাই।ঘ:- ৯/১৫/২৩ যোৱাত এপদ,ঘ:- ৯/৫৯/৫১ যোৱাত ত্ৰিপদ।
 *যাত্ৰা:-* অগ্নি কোনত নাই।ঘ:- ৯/১৫/২৩ যোৱাত নৈঋত কোনত নাই।
 *যোগিনী :-* অগ্নি কোনত ।ঘ:- ৯/১৫/২৩ যোৱাত নৈঋত কোনত।
*ভক্ষাভক্ষ্য:-* উৰহী খোৱা নিষেধ। ঘ:- ৯/১৫/২৩ যোৱাত পূৰৈ শাক খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হোৱাৰ সুযোগ লাভ কৰিব ,প্ৰেমত শুভ হব,লগতে মনৰ আশা পুৰণ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব,সম্পদ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ সন্মান লাভ   হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব,লগতে আজি আপোনাৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, মনৰ আশা পুৰণ হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, মৰম লাভ কৰিব, যদিও  আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব,শুভ সংবাদ লাভ হব, লগতে আজি আপোনাৰ বিদ্যাৰ্থী সকলৰ শুভ  হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মক্ষেত্ৰ মনত শান্তি বাঢ়িব,লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা সুখ বাঢ়িব, কৰ্মতক্ষেত্তত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু বিবাত ক্ষেত্ৰত শুভ হব, লগতে আজি আপোনাৰ  কৰ্মত শুভ হব হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সামান্য জতিলতা বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ  দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত ক্ষেত্ৰত সুযোগ লাভ কৰিব, মনত শুভ বুদ্ধিৰ উদয় হব, যদিও আজি আপুনি সজাগ নহলে সামান্য গৃহ ক্লেষ ভাৱ বাঢ়িব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হব।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              কামাখ্যা গেট ( নাৰ্চাৰী)গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)