সাধাৰণ জ্ঞান

🔴বাগুৰুম্বা শব্দৰ অৰ্থ কি ?
- পখিলা

🔴প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজা জন কোন ?
-চুহুংমুং

🔴কোন জন্তুৰ চাৰিটা পাকস্থলী আছে ?
-গৰু

অসমৰ লোক আদালত প্ৰথমতে কত স্থাপন হৈছিল ?
🔴-হাজো

অসমৰ প্ৰথম চাহ খেতিয়ক কোন ?
-জগন্নাথ বৰুৱা

🔴কোন জন্তুৱে সকলোতকৈ বেছি আহাৰ খায় ? 
option - পাণ্ডা,হাটী,চিম্পাঞ্জী,ভালুক
-পাণ্ডা

🔴স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন ?
-পিয়লি ফুকন

🔴পঞ্চম বেদ বুলি কোনখনক জনা যায় ?
-মহাভাৰত

🔴ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল ?
-শ্বেৰচাহে

🔴হুমায়ুণ নামা কোনে লিখিছিল ?
-গুলবদন বেগম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send