- পখিলা
🔴প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজা জন কোন ?
-চুহুংমুং
🔴কোন জন্তুৰ চাৰিটা পাকস্থলী আছে ?
-গৰু
অসমৰ লোক আদালত প্ৰথমতে কত স্থাপন হৈছিল ?
🔴-হাজো
অসমৰ প্ৰথম চাহ খেতিয়ক কোন ?
-জগন্নাথ বৰুৱা
🔴কোন জন্তুৱে সকলোতকৈ বেছি আহাৰ খায় ?
option - পাণ্ডা,হাটী,চিম্পাঞ্জী,ভালুক
-পাণ্ডা
🔴স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন ?
-পিয়লি ফুকন
🔴পঞ্চম বেদ বুলি কোনখনক জনা যায় ?
-মহাভাৰত
🔴ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল ?
-শ্বেৰচাহে
🔴হুমায়ুণ নামা কোনে লিখিছিল ?
-গুলবদন বেগম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ