Homeআজিৰ দিনটোৰ বিশেষত্ব ২৪ নৱেম্বৰ-ইতিহাসত আজিৰ দিনটো November 24, 2021 0 🔳আজি লাচিত দিৱস। লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত আজিৰ দিনটো অসমত লাচিত দিৱস হিচাপে পালন কৰা হয়।🔳১৯৭৬ চনৰ আজিৰ দিনটোত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তৰ জন্ম হৈছিল। Tags: আজিৰ দিনটোৰ বিশেষত্ব