২৪ নৱেম্বৰ-ইতিহাসত আজিৰ দিনটো

0
🔳আজি লাচিত দিৱস। লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত আজিৰ দিনটো অসমত লাচিত দিৱস হিচাপে পালন কৰা হয়।
🔳১৯৭৬ চনৰ আজিৰ দিনটোত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তৰ জন্ম হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)