সাধাৰণ জ্ঞান-কুইজ

©Admin
0
🔰২০২১ চনত কিমান সংখ্যক ব্যক্তিয়ে পদ্মবঁটা লাভ কৰিছে?
➖১১৯ ।
🔰পদ্মবঁটা কেইপ্ৰকাৰৰ?
➖পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী।
🔰পদ্মবঁটা প্ৰাপকসকলৰ নাম কেতিয়া ঘোষণা কৰা হয়?
➖২৬ জানুৱাৰী।
🔰প্ৰথমবাৰলৈ পদ্মবঁটা কেতিয়া প্ৰদান কৰা হৈছিল?
➖১৯৫৪ চন।
🔰২০২১-ত পদ্মবিভূষণ কিমানে পাইছে?
➖৭ জন।
🔰২০২১-ত পদ্মভূষণ কিমানে পাইছে?
➖১০ জন।
🔰২০২১-ত পদ্মশ্ৰী কিমানে পাইছে?
➖১০২ জন।
🔰ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি?
➖ভাৰত ৰত্ন।

💠 সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)