অণুগল্পঃ মনৰ ধনী-অংশুমান ভূঞা

Rinku Rajowar
0
'ইমান ধনী মানুহৰ ঘৰত তাই কেনেদৰে চলিব পাৰিব?' বিয়াখন ঠিক হোৱাৰ পিছৰেপৰা পাপৰিৰ কাণত এই কথাষাৰেই বাজি আছিল। ভিতৰি সন্ত্ৰস্তও হৈছিল।
     ৰাজ-পৰিয়ালৰ দৰে ঘৰখন অকল ধনৰ ধনী নাছিল,মনৰ জোখেৰেও ধনী আছিল। তাই সহজতে মিলিব পৰিছিল।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)