অণুগল্পঃ মনৰ ধনী-অংশুমান ভূঞা

'ইমান ধনী মানুহৰ ঘৰত তাই কেনেদৰে চলিব পাৰিব?' বিয়াখন ঠিক হোৱাৰ পিছৰেপৰা পাপৰিৰ কাণত এই কথাষাৰেই বাজি আছিল। ভিতৰি সন্ত্ৰস্তও হৈছিল।
     ৰাজ-পৰিয়ালৰ দৰে ঘৰখন অকল ধনৰ ধনী নাছিল,মনৰ জোখেৰেও ধনী আছিল। তাই সহজতে মিলিব পৰিছিল।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send