১৩ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  • সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
  • আজিৰ দিনটোতে ২০০০ চনত সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ মৃত্যু হয়।
  • যশস্বী কবি, সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাই পৰলোকলৈ গমন কৰে ১৯৯৮ চনৰ আজিৰ দিনটোতে।
  • অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে ৰোগাক্ৰান্ত হৈ লক্ষীপুৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ১৯৪৭ চনৰ আজিৰ দিনটোতে।
  • নাট্যকাৰ সাহিত্যিক ড॰ চন্দ্ৰধৰ চমুৱাই শেষ নিশ্বাস ত্যাগ কৰে ২০০৭ বৰ্ষৰ আজিৰ দিনটোতে।
  • ১৭৮০ চনৰ আজিৰ দিনটোতে মহাৰাৰা ৰঞ্জিত সিংহৰ জন্ম হয়। তেওঁ পঞ্জাব কেশৰী নামে জনা যায়।
  • আজিৰ দিনটোতে ১৯৩১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।
  • স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম হয় ১৮৩১ চনৰ আজিৰ দিনটোতে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)