শৰতৰ মাধুৰ্য্যতা-চিন্ময় ডেকা

শৰৎ কালত
ফুল ফুলে শেৱালি
স্নিগ্ধ জোনাকত
বুকুখনত ভাঁহি উঠে 
আলিংগনতাৰ ভাৱমূর্তি
কি যে অপৰূপ
আনন্দৰ বতৰা
কঢ়িয়াই আনে
শৰৎ ঋতুৰ মাদকতাই 

পাহৰিব নোৱাৰোঁ জীৱন বাটত
প্ৰকৃতিৰ অফুৰন্ত ছায়া ভৰা আন্তৰিকতা। 

Post a Comment

Previous Post Next Post