১৩ ডিচেম্বৰ -আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
১৩ ডিচেম্বৰ (ইংৰাজী: 13 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৭ তম (অধিবৰ্ষত ৩৪৮ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

✅১৯৬২ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমটো ’ৰিলে’ উপগ্ৰহ উৎক্ষেপণ কৰা হয়।
✅২০০৩ চনৰ আজিৰ দিনটোত য়শ চোপ্ৰাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰে।
✅২০০০ চনৰ আজিৰ দিনটোত জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়।

✅১৯০৩ চনৰ আজিৰ দিনটোতে সাহিত্যিক শিৱৰাম চক্তৱৰ্ত্তীৰ জন্ম হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)