Showing posts from August 25, 2021

এটা হাঁহি হেৰাই গ'ল-অংশুমান ভূঞা

ক'ভিডৰ দৌৰাত্ম্যৰ মাজতেই অসমৰ সাংস্কৃতিক জগতৰ এটাৰ পাছত আন এটা ভোটাতৰা চিৰদিনলৈ হেৰাই যাবলৈ ধৰিছে।শেহতীয়াকৈ …

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

কোন সুন্দৰৰ প্ৰেম পৰশত ফুলি উঠিব তাই-মনচুমী কলিতা নাথ

কোন সুন্দৰে আহি প্ৰেম পৰশেৰে  তাইৰ গাভৰু বুকুৰ আঁচল খনি যাব যে কঁপায় , কাৰ ওঁঠৰ তপত চুম্বনত  লাজুক নয়ন তাইৰ  যাব…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

কাৰাবন্দীৰ আৱৰ্তত নীৰৱতাৰ প্ৰতিধ্বনি-কাজল সাহা

কাৰাবন্দীৰ আৱৰ্তত নীৰৱতাৰ প্ৰতিধ্বনিত আজি আইৰ অন্তৰজগত ব্যাথিত খলা-বমা মন দৰ্পণত প্ৰতিবিম্বিত জনৰণ্যৰ স্তব্দৰেখা…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

মিছাকৈ নকবা ভাল পাওঁ বুলি-নাজিৰ আহমেদ

গোলাপৰ কলিটি ফুলিছেনে তোমাৰ হৃদয়ত প্ৰেমৰ বতৰা দি? পাৰিবানে তুমি এতিয়া প্ৰেমৰ চুক্তিত স্বাক্ষৰ কৰি  ভালপোৱাৰ নৈ খ…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

মোৰ মানস পটত ৰূপজ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয় ০৭-মিণ্টু হাজৰিকা

এই সময়ছোৱাতে মোৰ হৃদয়ৰ কোণত এগৰাকী অপ্সৰাই ভুমুকি মাৰি অধ্যয়নৰ বিষয়বোৰত খেলিমেলি লগাই দিছিল। অৱশ্যে এইটো মোৰ এক …

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

অল্প বিদ্যা অতি ভয়ংকৰ-বিটুমণি কোঁছ

জীয়েকক হেৰুৱাই নাতিনীজনীকে বুকুত বান্ধি ঢলং পলংকৈ সাবিত্ৰী আহি ঘৰখনত সোমাই বোৱাৰীয়েকক মাত লগালে, আই অ' মণি প…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

জীৱন মানেই যন্ত্ৰণা-চিন্ময় ডেকা

জীৱনৰ অৰ্থ সাৰশূন্য! মাথোঁ চক্রবেহুৰ পাকচক্ৰত আৱদ্ধ এটি জ্যোতিষ্কৰ তৰংগ। জন্মলগ্নৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগমুহূর…

লেখাটো সম্পূর্ণকৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক »
Load More
That is All